অসম

assam

ETV Bharat / state

ধনদাবীৰ অভিযোগত কামপুৰত এজনক আটক - আফাজউদ্দিন

দাবী কৰা ধন ল'বলৈ আহি জালত পৰিল প্ৰৱঞ্চক আফাজউদ্দিন

ধন দাবীৰ অভিযোগত কামপুৰত আটক এজন লোক

By

Published : May 9, 2019, 1:29 PM IST

ধন দাবীৰ অভিযোগত কামপুৰত আটক এজন লোক
  • কামপুৰত ধন দাবীৰ অভিযোগত আটক এজন
  • দাবী কৰা ধন ল'বলৈ আহি ৰঙাঘৰৰ আলহী হ'ল আফাজউদ্দিন
  • বিবাহ বিচ্ছেদিত পত্নীৰ পৰিয়ালৰ পৰা দাবী কৰিছিল তিনি লাখ টকা
  • দাবী কৰা ধন দিব নোৱাৰিলে ঘৰ জ্বলাই দিয়াৰ ভাবুকি আফাজউদ্দিনৰ
  • বৃহস্পতিবাৰে পুৱাই ধন নিবলৈ আহি গ্ৰেপ্তাৰ হ'ল আফাজউদ্দিন
  • পিচত জয়নালৰ পৰিয়ালে আফাজউদ্দিনক ধৰি গতাই দিয়ে আৰক্ষীক

ABOUT THE AUTHOR

...view details