ETV Bharat / state
Newborn switching in hospital: নৱজাতক সালসলনিক লৈ উত্তাল ম’হখুলি শিশু চিকিৎসালয় - Newborn switching in Mohkhuli Childrens Hospital
নগাঁৱৰ ম'হখুলিৰ মাতৃ আৰু শিশু চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি (Mohkhuli Maternity and Child Health Hospital) ৷ নৱজাতকৰ সালসলনিক লৈ উত্তপ্ত পৰিস্থিতি (Newborn switching in hospital) ৷
নৱজাতক সালসলনিক লৈ উত্তাল ম'হখুলি শিশু চিকিৎসালয়
By
Published : Nov 8, 2022, 7:05 PM IST
| Updated : Nov 8, 2022, 7:21 PM IST
- নগাঁৱৰ ম’হখুলিৰ মাতৃ আৰু শিশু চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি(Tense situation at Mohkhuli Maternity and Children Hospital)
- নৱজাতকৰ সালসলনিক লৈ উত্তপ্ত পৰিস্থিতি
- জীৱিত নৱজাতকৰ সলনি মৃত নৱজাতক গতাই দিছিল পৰিয়ালক (Newborn switching in hospital)
- পিছত চিকিৎসকে নিজৰ ভুল স্বীকাৰ কৰি জীৱিত নৱজাতকক চমজাই দিলে পৰিয়ালক
- ইয়াৰ পিছতে চিকিৎসালয়খনত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়
নৱজাতক সালসলনিক লৈ উত্তাল ম’হখুলি শিশু চিকিৎসালয়
Last Updated : Nov 8, 2022, 7:21 PM IST