কলিয়াবৰ,3 মে': জখলাবন্ধা চিকিৎসালয় আৰু ইয়াৰ অন্তৰ্গত আন ৪ টা ক’ভিড পৰীক্ষা কেন্দ্ৰত সোমবাৰে ১০ জন লোকৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰে । ইফালে চিমনাবস্তি চিকিৎসালয়ৰ ক’ভিড কেন্দ্ৰৰ অন্তৰ্গত আন চাৰিটা ক’ভিড পৰীক্ষা কেন্দ্ৰত কৰা পৰীক্ষাত এগৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত ৷
কলিয়াবৰত ক’ভিড-19 ত আক্ৰান্ত 11 গৰাকী লোক
সোমবাৰে কলিয়াবৰত ক’ভিড-19 ত আক্ৰান্ত হৈছে 11 গৰাকীকৈ লোক ৷ এই পৰ্যন্ত কলিয়াবৰত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১৩৫ গৰাকীলৈ বৃদ্ধি পালে ৷
কলিয়াবৰত সোমবাৰে ক’ভিড-19 ত আক্ৰান্ত হৈছে 11 গৰাকী লোক
আক্ৰান্ত ১১ গৰাকী ৰোগীক বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে । এই পৰ্যন্ত কলিয়াবৰত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১৩৫ গৰাকীলৈ বৃদ্ধি পালে ৷ ইয়াৰে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ৩৬ গৰাকী আৰু সক্ৰিয় ৰোগীৰ সংখ্যা ৯৯ গৰাকী ।
লগতে পঢ়ক :দ্বিতীয়বাৰলৈ মাহমাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী যোগেন মহন