ৰূপহীহাট,15 আগষ্টঃ নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত চূড়ান্ত অৱমাননা জাতীয় পতাকাক। দেশজুৰি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ দিনাই জুৰীয়াত চূড়ান্ত অৱমাননা কৰা হ'ল জাতীয় পতাকা ।
নিশা পৰ্যন্ত উৰি থাকিল জাতীয় পতাকা - জুৰীয়াৰ কদমণি পথাৰস্থিত
ৰূপহীহাটৰ জুৰীয়াত জাতীয় পতাকাকচূড়ান্ত অৱমাননা । জুৰীয়াৰ কদমণি পথাৰস্থিত জুৰীয়া আদৰ্শ বিদ্যাপীঠত নিশা পৰ্যন্ত উৰিল জাতীয় পতাকা।
![নিশা পৰ্যন্ত উৰি থাকিল জাতীয় পতাকা NATIONAL FLAG NEGLECT AT RUPHIHAT JURIYA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8434889-1037-8434889-1597508087733.jpg)
ৰূপহীহাটৰ জুৰীয়াত জাতীয় পতাকাক চূড়ান্ত অৱমাননা
উল্লেখযোগ্য যে, জুৰীয়াৰ কদমণি পথাৰস্থিত জুৰীয়া আদৰ্শ বিদ্যাপীঠত নিশা পৰ্যন্ত উৰিল জাতীয় পতাকা। বিদ্যালয় কৰ্তৃপক্ষৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবেই অৱমাননা হ'ল জাতীয় পতাকা। বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ ৷
লগতে পঢ়কঃ সাংসদৰ চকীৰ মোহ এৰিব নোৱাৰা এগৰাকী প্ৰাক্তন সাংসদ !