নগাঁও 15 এপ্ৰিল : খাদ্য সুৰক্ষাৰ চাউল বিতৰণক কেন্দ্ৰ কৰি ৰাঙলু সূতাৰ গাঁৱত উত্তেজনা । গ্ৰাহকক ধন লৈ বিতৰণ কৰিছিল খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল ।প্ৰতিখন কাৰ্ডত এক কেজিকৈ চাউল কৰ্তন কৰিছিল সুলভ মূল্যৰ দোকানীয়ে । সুলভ মূল্যৰ দোকানী জনৰ নাম অজিত বিশ্বাস বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ ভুক্তভোগী ৰাইজক অপমান কৰাৰ অভিযোগ উঠিছে সূলভ মূল্যৰ দোকানী অজিত বিশ্বাসৰ বিৰুদ্ধে ।
নগাঁৱৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক লৈ উত্তেজনা - নগাঁৱৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক লৈ উত্তেজনা
নগাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণত অনিয়মৰ অভিযােগ ৷লগতে ৰাঙলু পঞ্চায়তত এহাজাৰ টকা বিতৰণতো ব্যাপক দুনীতিৰ অভিযোগ উঠিছে ।
![নগাঁৱৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক লৈ উত্তেজনা nagoan-sutargoan-panchyata-coroption-suply-department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6797914-523-6797914-1586929629050.jpg)
নগাঁৱৰ ৰাঙলু পঞ্চায়তৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা ।
ৰাইজে সমগ্ৰ বিষয়টোৰ এক তদন্ত বিচাৰি ৰাঙলু আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । ইফালে ৰাঙলু পঞ্চায়তত এহাজাৰ টকা বিতৰণতো ব্যাপক দুনীতিৰ অভিযোগ উঠিছে।
নগাঁৱৰ ৰাঙলু পঞ্চায়তৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা ।