নগাঁও,20 জুনঃ কোভিড ১৯ প্ৰতিৰোধৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ব্যতিক্ৰমী প্ৰয়াস কৰিলে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই। শনিবাৰে নগাঁও চহৰৰ ঢাকাইপট্টি,ষ্টেডিয়াম মাৰ্কেট,নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ লগতে চহৰখনৰ বিভিন্ন স্থানত জিলা উপায়ুক্ত গৰাকীয়ে প্ৰশাসনিক বিষয়া,কৰ্মচাৰীক লগত লৈ দোকান পোহাৰৰ মালিক,কৰ্মচাৰী,পথচাৰী,গাড়ী চালক,বাইক আৰোহীৰ মাজত কোভিড ১৯ৰ ভয়াৱহতা সম্পৰ্কে সজাগ কৰে।
নগাঁৱত ক‘ৰণা সম্পৰ্কে সজাগতা সৃষ্টি জিলা উপায়ুক্তৰ - উপায়ুক্ত যাদৱ শইকীয়াই
নগাঁৱত কোভিড ১৯ সজাগতাৰে বাটৰুৱাক মাস্ক বিতৰণ আৰু সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জিলা উপায়ুক্তৰ ৷

নগাঁৱত ক‘ৰণাৰ সম্পৰ্কে সজাগতা সৃষ্টি জিলা উপায়ুক্তৰ
নগাঁৱত ক‘ৰণাৰ সম্পৰ্কে সজাগতা সৃষ্টি জিলা উপায়ুক্তৰ
লগতে ক‘ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰৰ সম্পৰ্কে উল্লেখ কৰাৰ লগতে বাটৰুৱাৰ মাজত মাস্ক বিতৰণ কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই ৷
লগতে চাওকঃ আপুনি মানসিক অশান্তিৰ অনুমান কৰিব নোৱাৰে : দীপিকা পাডুকন