ETV Bharat / state
Police firing in Nagaon: ৰূপহীহাটৰ যুৱকক গুলীওৱা প্ৰসংগত ভুল স্বীকাৰ আৰক্ষী অধীক্ষকৰ - Police firing in Nagaon Nerws
ৰূপহীহাটত যুৱকক গুলীওৱা প্ৰসংগ: ভুল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ৷ ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল ৰাজিবুল হক (Police firing in Nagaon) ৷


ৰূপহীহাটৰ যুৱকক গুলীওৱা প্ৰসংগত ভুল স্বীকাৰ আৰক্ষী অধীক্ষকৰ
By
Published : Nov 29, 2022, 7:30 AM IST
| Updated : Nov 29, 2022, 12:04 PM IST
- ৰূপহীহাটত যুৱকক গুলীওৱা প্ৰসংগ: ভুল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই
- ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল ৰাজিবুল হক নামৰ এজন যুৱক(Police firing in Nagaon)
- ৰাজিবুলৰ বাইকৰ চকালৈ লক্ষ্য কৰি গুলীয়াইছিল আৰক্ষীয়ে
- আৰক্ষীৰ গুলীয়ে ভেদ কৰিছিল যুৱকজনৰ এখন ভৰি (Nagaon SP admitted mistake)
- সোমবাৰে নিশা ডকাইতৰ সন্ধানত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে সংঘটিত হয় এই ঘটনাটো
- অভিযানৰ সময়ত ৰূপহীহাটৰ গুণাবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰে দুটাকৈ ডকাইতক
- ধৃত ডকাইত দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা মাৰণাস্ত্ৰও
- একে সময়তে ৰূপহীহাটৰ শিঙিমাৰীত আন এটা ডকাইতৰ সন্ধানত আৰক্ষীয়ে চলাইছিল অভিযান
- এই অভিযানৰ মাজতেই ৰূপহীহাট আৰক্ষীৰ গুলীত আহত হয় নিৰীহ যুৱক ৰাজিবুল হক
ৰূপহীহাটৰ যুৱকক গুলীওৱা প্ৰসংগত ভুল স্বীকাৰ আৰক্ষী অধীক্ষকৰ
Last Updated : Nov 29, 2022, 12:04 PM IST