অসম

assam

ETV Bharat / state

নগাঁৱৰ বৰঘাটত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

এখন পালচাৰ বাইকেৰে উৰিয়াগাঁৱৰ পৰা গৈ থকা অৱস্থাতে এখন ছুইফট্ ডিজায়াৰে খুন্দিওৱাৰ ফলত মৃত্যু হয় হাচেন আলীৰ ৷

By

Published : Jun 17, 2019, 7:30 PM IST

নগাঁৱৰ বৰঘাটত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

নগাঁও,17 জুনঃ নগাঁৱৰ বৰঘাট বাইপাছত সোমবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় হাচেন আলী নামৰ এজন বাইক আৰোহী । উৰীয়াগাঁৱৰ পৰা দুই বিয়ৈ এখন পালচাৰ বাইকেৰে গৈ থকা অৱস্থাতে এখন চুইফট ডিজায়াৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুর্ঘটনাটো । দুর্ঘটনাটোৰ ফলত নিহত হয় শিয়ালমাৰী গাঁৱৰ হাচেন আলী । লগতে ৰমজান আলী নামৰ আন এজন লোক আহত হয় ।

নগাঁৱৰ বৰঘাটত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

ABOUT THE AUTHOR

...view details