অসম

assam

By

Published : Dec 1, 2019, 10:22 AM IST

ETV Bharat / state

নগাঁৱত চুৰিকাৰ্যৰ অভিনৱ কৌশল

চোৰ কৰিবৰ বাবে চোৰে গ্ৰহন কৰিছে নতুন কৌশল ৷ সাধাৰণ আৰোহীৰ দৰে টেম্পোত আহি নামি নগাঁৱৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা দিন দুপৰতে চুৰি কৰি নিয়ে এখন চাইকেল ৷

Nagaon College bicycle theft
নগাঁৱত চুৰিকাৰ্যৰ অভিনৱ কৌশল

নগাঁও, 1 ডিচেম্বৰঃ বাসগৃহ বা ব্যৱসায়িক প্ৰতিষ্ঠান নহয়, এইবাৰ চোৰৰ লক্ষ্য হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয় ৷ চোৰ কৰিবৰ বাবে চোৰে গ্ৰহন কৰিছে নতুন কৌশল ৷ সাধাৰণ আৰোহীৰ দৰে টেম্প’ত আহি নামি চুৰিকাৰ্য ধূৰ্ত চোৰৰ ৷ শনিবাৰে নগাঁৱৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা দিন দুপৰতে এনে কৌশলৰেই চোৰে চুৰি কৰি নিয়ে এখন চাইকেল ৷ মহাবিদ্যালয়ৰ চি চি টিভি কেমেৰাত আৱদ্ধ হয় চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য ৷

নগাঁৱ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ত চুৰিকাৰ্য

ABOUT THE AUTHOR

...view details