অসম

assam

By

Published : Dec 9, 2019, 11:57 AM IST

ETV Bharat / state

ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত এজন

ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী টাট চাফাৰী বাহনে ট্ৰাকত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

NAGAON RAHA ROAD ACCIDENT ONE DEAD
ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত 1

ৰহা, 9 ডিচেম্বৰঃৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী টাটা চাফাৰী বাহনে ট্ৰাকত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে নিহত হয় টাটা চাফাৰীখনৰ চালক ৷ নিহত লোকজন হোজাইৰ 2নং কাকীৰ দেৱজিত মহন্ত বুলি চিনাক্ত কৰা হয় ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ৷

ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details