নগাঁও, 29 অক্টোবৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত খুটিকটীয়াৰ ৬০ জন কৃষকক পাৱাৰ টিলাৰ বিতৰণ কৰে বিধায়ক ৰূপক শৰ্মাই। বৃহস্পতিবাৰে খুটিকটীয়াৰ কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত সভাখনতে পৰিয়াল অৰ্থকাৰী যোজনা আঁচনিৰ অধীনত অন্যান্য পিছপৰা হিতাধিকাৰী ৬০ জন কৃষকক ৮০ শতাংশ ৰেহাই মূল্যত এই পাৱাৰ টিলাৰ সমূহ বিতৰণ কৰে স্থানীয় বিধায়কে।
নগাঁৱত পাৱাৰ টিলাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ - পৰিয়াল অৰ্থকাৰী যোজনা আঁচনি
খুটিকটীয়াৰ কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত সভাখনতে পৰিয়াল অৰ্থকাৰী যোজনা আঁচনিৰ অধীনত অন্যান্য পিছপৰা হিতাধিকাৰী ৬০ জন কৃষকক ৮০ শতাংশ ৰেহাই মূল্যত এই পাৱাৰ টিলাৰ সমূহ বিতৰণ কৰে স্থানীয় বিধায়কে।

নগাঁৱত পাৱাৰ টিলাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ
নগাঁৱত পাৱাৰ টিলাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ
লগতে প্ৰধানমন্ত্ৰীৰ যি সপোন,২০২২ চনত কৃষকৰ উৎপাদন দুগুণ হ‘ব । সেই সপোনত এই সকল কৃষকে হাত উজান দিব বুলি আশা প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ।
লগতে পঢ়ক: JEE পৰীক্ষা কেলেংকাৰীৰ 5 অভিযুক্তক আদালতত হাজিৰ