বঢ়মপুৰ, 18 ফেব্ৰুৱাৰী : নগাঁৱৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযানত চলাই লক্ষাধিক টকাৰ ড্ৰাগছ সহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ নগাঁৱৰ ৰাঙলুৰ পৰা এই সৰবৰাহকাৰী তিনিজনক আটক কৰে আৰক্ষীয়ে ৷
তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ - Nagaon police arrested three drug suppliers
নগাঁৱৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযানত চলাই লক্ষাধিক টকাৰ ড্ৰাগছ সহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ নগাঁৱৰ ৰাঙলুৰ পৰা এই সৰবৰাহকাৰী তিনিজনক আটক কৰে আৰক্ষীয়ে ৷
![তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ Nagaon police arrested three drug suppliers](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10683628-895-10683628-1613665252063.jpg)
তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ
তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ
এক গোপন সূত্ৰৰ পম খেদি নগাওঁ আৰক্ষীৰ এটা দলে গমাৰি আটিৰ পৰা ড্ৰাগছ ব্যৱসায়ী কেইজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন যুৱক কেইজন ৰফিকুল ইছলাম, মুকিবুৰ ৰহমান আৰু বদৰ উদ্দিন চৌধৰী বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: জনতাৰ আস্থা থকা তিনিটা সমষ্টি বিজেপিক এৰি দি'ব অগপই
Last Updated : Feb 18, 2021, 10:41 PM IST
TAGGED:
ড্ৰাগছ সৰবৰাহকাৰী