অসম

assam

নগাঁৱত পত্নী আৰু দুই পুত্ৰই মিলি এজন লোকক হত্যা কৰাৰ অভিযোগ

নগাঁৱৰ কচুৱাৰ লংকাগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ পত্নী আৰু দুই পুত্ৰই মিলি এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ নিহত লোকজনৰ নাম সুনীল দাস ৷ দুদিন পূৰ্বেই হত্যা কৰি খেৰৰ মেজিত মৃতদেহটো লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ।

By

Published : Dec 6, 2020, 7:12 PM IST

Published : Dec 6, 2020, 7:12 PM IST

ETV Bharat / state

নগাঁৱত পত্নী আৰু দুই পুত্ৰই মিলি এজন লোকক হত্যা কৰাৰ অভিযোগ

nagaon-murder
নগাঁৱত পত্নী আৰু দুই পুত্ৰই মিলি এজন লোকক হত্যা কৰাৰ অভিযোগ

বঢ়মপুৰ, 6 ডিচেম্বৰ :নগাঁৱৰ কচুৱাৰ লংকাগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ পত্নী আৰু দুই পুত্ৰই মিলি এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ নিহত লোকজনৰ নাম সুনীল দাস ৷ দুদিন পূৰ্বেই হত্যা কৰি খেৰৰ মেজিত মৃতদেহটো লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ।

নগাঁৱত পত্নী আৰু দুই পুত্ৰই মিলি এজন লোকক হত্যা কৰাৰ অভিযোগ

উল্লেখ্য যে, পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনাটো পাৰিবাৰিক কন্দলৰ বাবেই হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে যদিও আৰক্ষীৰ সঠিক তদন্তহে সুনীল দাসৰ হত্যাৰ তথ্য পোহৰলে আহিব । ইপিনে কচুৱা আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী দুই পুত্ৰ দেৱ দাস, লক্ষী দাস আৰু পত্নী গুণেমাই দাস ৷ ইতিমধ্যে আৰক্ষীয়ে তিনি হত্যাকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।


লগতে পঢ়ক: খৰালিৰ খহনীয়াত বিধ্বস্ত পকণীয়াবাসী

ABOUT THE AUTHOR

...view details