- চূড়ান্ত হ’ল নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব
- দিল্লীস্থিত ভাজপাৰ কাৰ্যালয়ৰ পৰা চূড়ান্ত ৰূপক শৰ্মাৰ নাম
- শেষ মুহূৰ্তত বৰ্তমানৰ সাংসদ ৰাজেন গোঁহাইৰ নাম চৰ্চালৈ আহিছিল যদিও প্ৰাৰ্থিত্ব নাকচ
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কৰ্ণাটক , উত্তৰ প্ৰদেশ আৰু ওড়িশাৰ প্ৰাৰ্থী তালিকাও ঘোষণা বিজেপিৰ
- ৰূপক শৰ্মা নগাঁও সদৰ সমষ্টিৰ বিধায়ক চূড়ান্ত হ’ল ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব
চূড়ান্ত হ’ল ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব - লোকসভা
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে তিনিখন ৰাজ্যৰ প্ৰাৰ্থী তালিকাৰ লগতে প্ৰকাশ কৰিলে অসমৰ নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷
![চূড়ান্ত হ’ল ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2801726-678-2565464c-41bb-49ee-b796-d909b02aded2.jpg)
চূড়ান্ত হ’ল ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব
Last Updated : Mar 26, 2019, 6:49 AM IST