নগাঁৱত বজ্ৰপাতত প্ৰাণ গ'ল দুজনৰ - নগাঁও অসামৰিক চিকিৎসালয়
ৰূপহীহাটৰ শিঙিমাৰীত বজ্ৰ পৰি থিতাতে দুজনৰ মৃ্ত্যু আৰু এজন গুৰতৰভাৱে আহত হয়
![নগাঁৱত বজ্ৰপাতত প্ৰাণ গ'ল দুজনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4314992-thumbnail-3x2-nagaon-lighteninig.jpg)
ব্ৰজপাতত প্ৰাণ গ'ল দুজনৰ
নগাঁও, 2 ছেপ্তেম্বৰ :
- ৰূপহীহাটৰ শিঙিমাৰীত অঘটন নগাঁৱত ব্ৰজপাতত প্ৰাণ গ'ল দুজনৰ
- বজ্ৰপাত পৰি থিতাতে নিহত দুজন, গুৰুতৰভাৱে আহত এজন
- নিহত দুজন পশ্চিম শিঙিমাৰীৰ ৰাবিয়া খাতুন আৰু আইজুল হক
- আহত হৈছে পশ্চিম শিঙিমাৰীৰ আজিতুল্লাহ
- আহত আজিতুল্লাহক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
Last Updated : Sep 9, 2019, 2:35 PM IST