অসম

assam

By

Published : Nov 25, 2019, 11:06 PM IST

ETV Bharat / state

নগাঁৱত বাহনসহ অবৈধ কাঠ জব্দ

নগাওঁ-কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া অঞ্চলসমূহ বনজ সম্পদৰ অবৈধ বেহাৰ ঘাটিলৈ পৰিণত হৈছে ক্ৰমান্বয়ে। সোমবাৰে কাৰ্বিআংলং-নগাওঁ সীমান্তৱৰ্তী লাংখাঙত জব্দ হ'ল বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷

নগাঁৱত বাহনসহ অবৈধ কাঠ জব্দ

নগাঁও, 25 নৱেম্বৰঃ সোমবাৰে নগাঁও-কাৰ্বি-আংলং জিলাৰ সীমান্তৰ পৰা জব্দ কৰা হয় অবৈধ কাঠসহ এখন কাঠ কঢ়িওৱা বাহন ৷ এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে জিলাখনত চলি থকা বনজসম্পদৰ চোৰাং বেহাৰ কথাকেই। নগাওঁ -কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া অঞ্চলসমূহ বনজ সম্পদৰ অবৈধ বেহাৰ ঘাটিলৈ পৰিণত হৈছে ক্ৰমান্বয়ে। সোমবাৰে কাৰ্বিআংলং-নগাওঁ সীমান্তৱৰ্তী লাংখাঙত নগাঁও বনসংমণ্ডৰ নৰ্ডান ৰেঞ্জে চলোৱা এক অভিযানত পুৱা বনবিভাগৰ দলে জব্দ কৰে চোৰাংকাঠভৰ্তি AS-02AC-0209 আৰু AS-02BC-4568নম্বৰৰ দুখন বাহন। লগতে জব্দ কৰে মজুত কৰি খা বৃহৎ পৰিমাণৰ চোৰাং কাঠ ।

নগাঁৱত বাহনসহ অবৈধ কাঠ জব্দ

ABOUT THE AUTHOR

...view details