নগাঁও,7 এপ্ৰিল: নগাঁৱত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাj সংক্ৰমণ । কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ জন সাধাৰণ । বিগত এটা সপ্তাহত নগাঁৱত ৪১ জনকৈ লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে । বুধবাৰে চাৰিজনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি । এইদৰে ক’ৰণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে সম্প্ৰতি চিন্তিত কৰি তুলিছে নগাঁৱবাসীক ৷
নগাঁৱত পুনৰ চাৰিজনৰ দেহত কৰ’ণা ভাইৰাছ - four new
নগাঁৱত বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা । বিগত এটা সপ্তাহত আক্ৰান্ত ৪১ গৰাকীকৈ লোক ।

নগাঁৱত পুনৰ চাৰিজনৰ দেহত ক’ভিড-১৯ পজিটিভ