অসম

assam

ETV Bharat / state

কামপুৰত ৰে'ল বিভাগৰ মইমতালি

কামপুৰ ৰে'ল পথ নিৰ্মাণৰ কাম চলি থকাৰ বাবে ৰে'ল বিভাগে গছ ডাল কাটি আছিল । কিন্তু গছ কাটিবলৈ কোনো অনুমতি লোৱা নাছিল ৰে'ল বিভাগে

কামপুৰত ৰে'ল বিভাগৰ মইমতালী

By

Published : Sep 12, 2019, 5:08 PM IST

নগাঁও, 12 চেপ্তেম্বৰঃ কামপুৰত ৰে'ল বিভাগৰ মইমতালি । বন বিভাগৰ অনুমতি নোলোৱাকৈ কাটিলে কামপুৰৰ ঐতিহ্য বহন কৰা বট গছ । প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ তৎপৰতাত বন বিভাগে বন্ধ কৰি দিলে গছ কটা কাৰ্য ।
উল্লেখ্য যে, কামপুৰ ৰে'ল পথ নিৰ্মাণৰ কাম চলি থকাৰ বাবে ৰে'ল বিভাগে গছ ডাল কাটি আছিল । কিন্তু গছ কাটিবলৈ কোনো অনুমতি লোৱা নাছিল ৰে'ল বিভাগে ৷ যাৰ বাবে বন বিভাগে বন্ধ কৰি দিয়ে গছ কটা কাৰ্য ।

কামপুৰত ৰে'ল বিভাগৰ মইমতালী

আনহাতে, কামপুৰৰ ঐতিহ্য বহন কৰি থকা পুৰণি বট গছ জোপা নকটাকৈ ৰে'ল বিভাগক প্লেটফৰ্ম নিৰ্মাণ কৰিবলৈ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াই ৷

ABOUT THE AUTHOR

...view details