নগাঁও,15 আগষ্টঃ দেশজুৰি শনিবাৰে উদযাপন কৰা হয় 74 সংখ্যক স্বাধীনতা দিৱস ৷ নতুন দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ পাতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ অসমতো বিভিন্ন জিলাত মন্ত্ৰী সকলে উত্তোলন কৰে পতাকা ৷ কিন্তু ইয়াৰ মাজতে নগাঁৱত পতাকা উত্তোলন সৃষ্টি হয় বিসংগতি ৷
নগাঁৱত ওলোটাকৈ উৰিল জাতীয় পতাকা - Nagaon Falg hosting mistake
স্বাধীনতা দিৱস উপলক্ষে নগাঁৱৰ শ্বহীদ ভৱনত উত্তোলন কৰা জাতীয় পতাকাখন ওলোটাকৈ উত্তোলন কৰা হয় ৷ ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে এই ভুল ধৰা পৰাত পতাকাখন নমাই পুনৰ উত্তোলন কৰা হয় ৷
নগাঁৱত ওলোটাকৈ উৰিল জাতীয় পতাকা
স্বাধীনতা দিৱস উপলক্ষেৱ নগাঁৱৰ শ্বহীদ ভৱনত উত্তোলন কৰা জাতীয় পতাকাখন ওলোটাকৈ উত্তোলন কৰা হয় ৷ ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে এই ভুল ধৰা পৰাত পতাকাখন নমাই পুনৰ উত্তোলন কৰা হয় ৷
লগতে পঢ়ক-আজি পৰ্যন্ত চৰকাৰী স্বীকৃতি নোপোৱা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কথাৰে...