নগাঁও, 9 ফেব্ৰুৱাৰী: নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ(Nagaon Encounter)ত আহত কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন ৷ SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ । নগাঁও জিলা বিশেষ ন্যয়াধীশৰ আদালতে গ্ৰাহ্য কৰিলে কীৰ্তিকমল বৰা অন্তৰ্ৱতীকালীন জামিন ।
Nagaon fake encounter case: কীৰ্তিকমল বৰাই লাভ কৰিলে জামিন - Nagaon fake encounter case
কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন ৷ অহা ১৯ ফেব্ৰুৱাৰীলৈকে ম্যাদ থাকিব এই জামিনৰ ।
কীৰ্তিকমল বৰাই লাভ কৰিলে জামিন
অহা ১৯ ফেব্ৰুৱাৰীলৈকে ম্যাদ থাকিব এই জামিনৰ । ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত গোচৰৰ কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক ৷
লগতে পঢ়ক:Nagaon encounter case: অসম চৰকাৰৰ হাতত কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন