নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক 3 সৰবৰাহকাৰী - DRUGS SIZED
নগাঁৱৰ মৰিকলং আৰক্ষীৰ সহযোগত নগাঁও সদৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক কৰে তিনি সৰবৰাহকাৰী । অভিযান কালত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, কফ চিৰাপৰ লগতে বহু অপত্তিজনক সামগ্ৰী উদ্ধাৰ ৷
![নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক 3 সৰবৰাহকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4003852-thumbnail-3x2-k.jpg)
নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক 3 সৰবৰাহকাৰী
নগাঁও,31জুলাইঃ
- নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য
- নগাঁও আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক কৰে 3 সৰবৰাহকাৰী
- বৃহস্পতিবাৰে সন্ধিয়া অভিযান চলাই উদ্ধাৰ কৰে নিচাজাতীয় দ্ৰব্যসমূহ
- নগাঁও ৰে'ল ষ্টেচনৰ সমীপৰ এটা জুপুৰিত এটা চক্ৰই দীৰ্ঘদিনৰ পৰা চলাই আছিল ব্যৱসায়
- আৰক্ষীয়ে জুপুৰিটোৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, কফ চিৰাপৰ লগতে বহু অপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে
- আটক ক্ৰমে ৰমজান আলী, আলী ৰহমান আৰু পৰীক্ষিত দেৱনাথ নামৰ 3 সৰবৰাহকাৰী নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক 3 সৰবৰাহকাৰী