অসম

assam

ETV Bharat / state

কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক - গ্ৰীণ জ’ন

ৰাজ্যৰ পাঁচখন কৰ’ণা আক্ৰান্ত জিলাক ৰেড জ’ন হিচাপে ঘোষণা কৰাৰ সময়তেই গ্ৰীণ জ’ন হিচাপে ঘোষিত হৈছে নগাঁও ৷ এইপৰ্যন্ত জিলাখনত COVID 19 ত আক্ৰান্ত হোৱা নাই এজনো লোক ৷

Nagaon declared as Green Zone
কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক

By

Published : Apr 17, 2020, 10:38 AM IST

নগাঁও,17 এপ্ৰিলঃৰাজ্যৰ পাঁচখন কৰ’ণা আক্ৰান্ত জিলাক ৰেড জ’ন হিচাপে ঘোষণা কৰাৰ সময়তেই গ্ৰীণ জ’ন হিচাপে ঘোষিত হৈছে নগাঁও ৷ এইপৰ্যন্ত জিলাখনৰ কেইবাশতাধিক লোকক কোৱাৰেন্টাইন কৰি তেজৰ নমুনা পৰীক্ষা কৰা হৈছে যদিও COVID 19 ত আক্ৰান্ত হোৱা নাই এজনো লোক ৷ ইয়াৰ উপৰিও বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন লোককে চিনাক্ত কৰি কোৱাৰেন্টাইনত ৰখাৰ লগতে নিয়মিত স্বাস্থ্য পৰীক্ষাৰ কৰি থকা হৈছে ৷

কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক

ABOUT THE AUTHOR

...view details