অসম

assam

ETV Bharat / state

নগাঁৱত ৰেলৰ চেপাত এজনৰ মৃত্যু - train accident

শিলঘাট-গুৱাহাটী অভিমুখী ৰেলৰ চেপাত নগাঁৱত মৃত্যু হয় আব্দুল ৰশ্বিদ নামৰ এজন লোকৰ

নগাঁৱত ৰেলৰ চেপাত এজনৰ মৃত্যু

By

Published : Sep 19, 2019, 1:25 PM IST

নগাঁও,19চেপ্তেম্বৰ :বৃহস্পতিবাৰে নগাঁৱৰ কদমতলত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ ৰেলৰ চেপাত মৃত্যু হয় এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকৰ ৷ লোকজন নগাঁৱৰ চকীটুপৰ আব্দুল ৰশ্বিদ ৷ শিলঘাটৰ পৰা গুৱাহাটী অভিমুখী গৈ থকা ৰেলৰ চেপাত লোকজনৰ মৃত্যু হয় ৷ তথ্য অনুসৰি,আব্দুল ৰশ্বিদ দীৰ্ঘদিনৰ পৰাই মানসিক ৰোগত আক্ৰান্ত হৈ আছিল ৷

নগাঁৱত ৰেলৰ চেপাত এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details