নগাঁও, 26 মেঃনগাঁৱৰ ৰহা চাপৰমুখত ৰে'লেৰে বহিঃৰাজ্যৰ পৰা অহা যুৱক পলায়ন কৰা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি স্পষ্ট কৰি দিয়ে উপায়ুক্ত যাদৱ শইকীয়াই । উল্লেখ্য যে, ৰে'লৰ পৰা যুৱকজন পলায়ন কৰা বাতৰি চ'ছিয়েল মিডিয়াযোগে প্ৰচাৰৰ পিছতেই তাৎক্ষণিকভাৱে চাপৰমুখ ষ্টেচন কৰ্তৃপক্ষই আৰম্ভ কৰে তদন্ত । কৰ্তৃপক্ষই অনুসন্ধান কৰি বিষয়টো ভিত্তিহীন বুলি আৰক্ষীক অৱগত কৰাৰ পিছতেই এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰে উপায়ুক্ত গৰাকীয়ে ।
চাপৰমুখ ষ্টেচনত যুৱকৰ পলায়নৰ বাতৰি ভিত্তিহীন, স্পষ্ট কৰিলে নগাঁও উপায়ুক্তই - Saparmukh station
নগাঁৱৰ ৰহা চাপৰমুখত ৰে'লেৰে বহিঃৰাজ্যৰ পৰা অহা যুৱক পলায়ন কৰা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি স্পষ্ট কৰি দিয়ে উপায়ুক্ত যাদৱ শইকীয়াই ।

চাপৰমুখ ষ্টেচনৰ পৰা যুৱকৰ পলায়নৰ বাতৰি ভিত্তিহীন,স্পষ্ট কৰে নগাঁও উপায়ুক্তই
চাপৰমুখ ষ্টেচনত যুৱকৰ পলায়নৰ বাতৰি ভিত্তিহীন