গুৱাহাটী, 31 জুলাইঃ শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে লুইতৰ বুকু আৰু ইয়াৰ ফলত ৰাজ্যৰ বিভিন্ন অংশত সৃষ্টি হৈছে এতিয়া তীব্ৰ খহনীয়াৰ। নগাঁৱৰ বৰঘূলীত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰত সৃষ্টি হোৱা খহনীয়াই নৈপৰিয়া ৰাইজক আতংকিত কৰি তুলিছে ৷
বৰঘূলীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াঃ কেমেৰাৰ সন্মুখত বৰলুইতত জাহ গ'ল পকী ঘৰ - assam news
নিতৌ খহনীয়াৰ গ্ৰাসত বৰঘূলীৰ বিভিন্ন অঞ্চল ৷ কেমেৰাৰ সন্মুখত বৰলুইতত জাহ গৈছে বহু পৰিয়ালৰ বাসগৃহ

বৰঘূলীত সন্মুখত বৰলুইতত জাহ গ'ল পকী ঘৰ
বৰঘূলীত সন্মুখত বৰলুইতত জাহ গ'ল পকী ঘৰ
নিতৌ খহনীয়াৰ গ্ৰাসত বৰঘূলীৰ বিভিন্ন অঞ্চল৷ কেমেৰাৰ সন্মুখত বৰলুইতত জাহ গৈছে বহু পৰিয়ালৰ বাসগৃহ ৷ যাৰ বাবে এতিয়া মুকলি আকাশৰ তলত 1 নং আৰু 2 নং বৰঘূলী গাঁৱৰ বহু কেইটা পৰিয়াল ৷মঙলবাৰে কলিয়াবৰ বৰঘূলী বান্ধৰ প্ৰায় 700 মিটাৰ অংশ ব্ৰহ্মপুত্ৰত জাহ যোৱাত শংকিত হৈ পৰে অঞ্চলবাসী ৷