লোকসভা নিৰ্বাচনকলৈ বিজেপিৰ ৰণদুন্দুভি - বাইক ৰেলী
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো বিজেপিৰ বাইক ৰেলী
নগাঁৱত বিজেপিৰ বাইক ৰেলী
Iনগাঁও, ২ মাৰ্চ : লোকসভা নিৰ্বাচনকলৈ সাজু বিজেপি দল । লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি শনিবাৰে পালন কৰে বিজয় সংকল্প । বিজয় সংকল্প উপলক্ষে নগাঁৱতো ভাৰতীয় জনতা পাৰ্টীয়ে উলিয়াই বৃহৎ বাইক ৰেলী । নগাঁৱৰ নেহৰুৱালীৰ পৰা উলিওৱা এই বাইক ৰেলীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে পাঁচ শতাধিক বিজেপি কৰ্মীয়ে ।