অসম

assam

ETV Bharat / state

নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত অগ্নিকাণ্ড - নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত অগ্নিকাণ্ড

মঙলবাৰে সন্ধিয়া নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ চিকিৎসালয়ৰ খনৰ চৌহদত থকা এটা কোৱাৰ্টাৰত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনৰ ৰোগীৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাৰ লোকসকলৰ মাজত ৷

Nagaon Bhogeswari phukanani hospital fire
নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত অগ্নিকাণ্ড

By

Published : Feb 25, 2020, 7:18 PM IST

নগাঁও,25 ফেব্ৰুৱাৰীঃনগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা ৷ মঙলবাৰে সন্ধিয়া চিকিৎসালয়ৰ খনৰ চৌহদত থকা এটা কোৱাৰ্টাৰত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনৰ ৰোগীৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাৰ লোকসকলৰ মাজত ৷ অগ্নিকাণ্ডটোত জাহ যায় বহু আচবাব ৷ অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখনকৈ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এইপৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশই ৷

ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details