অসম

assam

By

Published : Nov 2, 2019, 3:30 PM IST

Updated : Nov 2, 2019, 5:20 PM IST

ETV Bharat / state

প্লাষ্টিক বর্জনৰ আহ্বান সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ

নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্লাষ্টিক বর্জনৰ আহ্বান জনায় সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে

প্লাষ্টিক বর্জনৰ আহ্বান সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ

নগাঁও, 2 নৱেম্বৰ: সমগ্ৰ দেশজুৰি চলি থকা প্লাষ্টিক বিৰোধী অভিযানৰ সংগতি ৰাখি এইবাৰ প্লাষ্টিক বর্জনৰ আহ্বান জনালে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে। শনিবাৰে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই আহ্বান জনায় পৰমানন্দ ৰাজবংশীয়ে। লগতে এবাৰ ব্যৱহাৰ্য প্লাষ্টিকে কিদৰে পৃথিৱীখন ধ্বংস কৰে তাৰ বিষয়ে সজাগতা সৃষ্টিৰ দায়িত্ব সকলোৱে ল'ব লাগে বুলিও মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ।

প্লাষ্টিক বর্জনৰ আহ্বান সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ
Last Updated : Nov 2, 2019, 5:20 PM IST

ABOUT THE AUTHOR

...view details