নগাঁও, 22 জানুৱাৰীঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত আজি যি শুনানি আছিল, সেই শুনানিৰ অন্তৰ্ৱতীকালীন স্থগিতাদেশ নিদিলে ন্যায়ালয়ে ৷ স্থগিতাদেশ নিদিয়াৰ বাবে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে ৷ হাতে হাতে ক'লা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৰ একাংশ সদস্যই ৷
নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
উচ্চতম ন্যায়ালয়ে CAAৰ ক্ষেত্ৰত অন্তৰ্ৱতীকালীন স্থগিতাদেশ নিদিয়াক লৈ নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷
![নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ নগাঁও](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5797613-776-5797613-1579679585087.jpg)
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ
লগতে পঢ়কঃৰাজ্যজুৰি "CAA" বিৰোধী প্ৰতিবাদ অব্যাহত