অসম

assam

ETV Bharat / state

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন - নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

সোমবাৰে পুৱা পাঁচ বজাৰ পৰা 36 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অনশনস্থলীতে পাঁচগৰাকীকৈ প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷

NAGAON AJYCP HUNGER STRIKE
নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

By

Published : Dec 17, 2019, 11:19 PM IST

নগাঁও,17 ডিচেম্বৰঃনগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন ৷ সোমবাৰে পুৱা পাঁচ বজাৰ পৰা 36 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অনশনস্থলীতে পাঁচগাৰকীকৈ প্ৰতিবাদকাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ আনহাতে,সংগঠনটোৰ দাবী নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব ৷ ইয়াৰ উপৰিও অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰদানৰ দাবীও উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

ABOUT THE AUTHOR

...view details