অসম

assam

ETV Bharat / state

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

শনিবাৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনাক হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ জিলা উপায়ুক্তৰ । শুকুৰবাৰে পৰা বিষয়া গৰাকীক হোম কোৱাৰাণ্টাইন কৰা হৈছিল বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল যদিও প্ৰকৃততে শনিবাৰৰ পৰাহে কোৱাৰেণ্টাইনৰ পৰামৰ্শ আগবঢ়াই জিলা উপায়ুক্তই ।

নগাঁও
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক হোম কোৱাৰাণ্টাইনৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

By

Published : May 9, 2020, 11:28 PM IST

নগাঁও, ৯ মে': নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাক শনিবাৰে সন্ধিয়াৰ পৰা হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ আগবঢ়াই জিলা উপায়ুক্ত যাদৱ শইকীয়াই । ইতিমধ্যে ৰাজস্থানৰ পৰা অহা অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ পৰিয়াল লোক হোম কোৱাৰাণ্টাইনৰ হৈ আছে অধীক্ষক গৰাকীৰ চৰকাৰী আবাসগৃহত ।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক হোম কোৱাৰাণ্টাইনৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

আনহাতে, অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক শুকুৰবাৰে পৰাই কোৱাৰাণ্টাইনৰ কৰা বুলি প্ৰচাৰ হৈছিল যদিও প্ৰকৃততে শনিবাৰৰ পৰাহে হোম কোৱাৰাণ্টাইনৰ পৰামৰ্শ আগবঢ়াই জিলা উপায়ুক্তই ।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক হোম কোৱাৰাণ্টাইনৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details