নগাঁও, 10 মে' : লক্ ডাউনৰ সময়ত দিল্লীৰ পৰাই সমষ্টিবাসীক সহায়ৰ হাত আগবঢ়াইছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । দেওঁবাৰে নগাঁৱৰ পাখিমৰীয়া জিলা পৰিষদৰ সদস্য দীপিকা শইকীয়া, নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামীৰ সহযোগত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে নগাঁৱৰ বিভিন্ন অঞ্চলত । শিয়ালমাৰী, কদমতল আদি কেবাটাও অঞ্চলৰ ৰাইজৰ মাজত বিতৰণ কৰিলে এই সামগ্ৰী সমূহ ।
দিল্লীৰ পৰাই সমষ্টিবাসীক সহায়ৰ হাত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ - নগাঁৱৰ পাখিমৰীয়া জিলা পৰিষদৰ সদস্য দীপিকা শইকীয়া, নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামীৰ সহযোগত
লক্ ডাউনৰ বাবে অসমলৈ আহিব নোৱাৰা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দিল্লীৰ পৰাই সমষ্টিবাসীক সহায়ৰ হাত আগবঢ়ালে ৷ নগাঁৱৰ বিভিন্ন অঞ্চলৰ লোকৰ মাজত দলীয় নেতা-কৰ্মীয়ে বিতৰণ কৰিলে খাদ্য সামগ্ৰী ৷
দিল্লীৰ পৰাই সমষ্টিবাসীক সহায়ৰ হাত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ
আনহাতে, দিল্লীৰ পৰাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সমষ্টিবাসীক সহায়ৰ হাত আগবঢ়াই অহা বুলি উল্লেখ কৰে দলটোৰ নেতা-কৰ্মীয়ে ৷
লগতে পঢ়ক : যোৰহাটতো কৰ'ণাত আক্ৰান্ত দুগৰাকী মহিলা