অসম

assam

ETV Bharat / state

নগাঁৱত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ - বিধায়ক আমিনুল ইছলাম

নগাঁৱত বিধায়ক আমিনুলৰ বিৰুদ্ধে প্ৰতিবাদ বাস্যস্ত । আহোম লোকসকলক অপমান সূচক মন্তব্য কৰাৰ অভিযোগতে টাই আহোম ছাত্ৰ সন্থাই দাহ কৰে বিধায়ক গৰাকীৰ প্ৰতিকৃতি ।

নগাঁও
নগাঁৱত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ

By

Published : Feb 12, 2020, 11:33 PM IST

নগাঁও, 12 ফেব্ৰুৱাৰীঃ বুধবাৰে এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাই । বিধায়ক আমিনুল ইছলামে অসমৰ মিঞা মুছলমান আৰু আহোম সন্দৰ্ভত মন্তব্য কৰি দিছিল খিলঞ্জীয়াৰ এক সংজ্ঞা । যাৰ পৰিপ্ৰেক্ষিতত আহোমসকলক অপমান সূচক মন্তব্য কৰাৰ অভিযোগত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে ৷ তাৰোপৰি শীঘ্ৰে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনায় সংগঠনটোৱে ।

নগাঁৱত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details