বঢ়মপুৰ,3 জানুৱাৰী: কামপুৰ বাহাকাবাৰীত অঘটন ৷ লগৰীয়াৰ সৈতে গা ধুৱলৈ গৈ কপিলী নৈত সন্ধানহীন এজন যুৱক ৷ সন্ধানহীন যুৱক জনৰ নাম গুঞ্জন শইকীয়া ৷ কপিনী নৈত সাঁতুৰি ইপাৰ সিপাৰ হ'বলৈ লওতে পানীৰ সোঁতত উটি যায় যুৱকজন ৷ স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈ যুৱক জনৰ কোনো সন্ধান লাভ কৰা নায় ৷
কামপুৰৰ কপিলী নৈত সন্ধানহীন যুৱক - kapili river
লগৰীয়াৰ সৈতে গা ধুৱলৈ গৈ বাহাকাবাৰীৰ এজন যুৱক সন্ধানহীন কপিলী নৈত ৷ সাঁতুৰি নৈ ইপাৰ সিপাৰ হ'বলৈ লওতে পানীৰ সোঁতত উটি যায় যুৱকজন ৷ সন্ধানহীন যুৱক জনৰ নাম গুঞ্জন শইকীয়া ৷

কামপুৰৰ কপিলী নৈত সন্ধানহীন যুৱক