ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন মন্ত্ৰী কেশব মহন্তৰ - Minister Keshab Mahanta'
ব্যতিক্ৰমী বহাগ বিহুত সকলোলৈ ঐক্যবদ্ধ হৈ ঠিয় দিবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ
ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন মন্ত্ৰী কেশব মহন্তৰ
কলিয়াবৰ, 13 এপ্ৰিল :এইবাৰ কৰ'ণাৰ বিপক্ষে যুঁজ দিবলৈ বুলি অসমবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটি ব্যতিক্ৰমী ৰূপত পালন কৰিছে । জাতিটোৰ স্বাৰ্থত ঘৰতে থাকি বিহু পালন কৰি কৰ'ণাৰ বিৰুদ্ধে অসমবাসীক ঐক্যবদ্ধ হৈ যুঁজ দিবলৈ আহ্বান জনাইছে ৰাজ্যৰ জল সম্পদ, বিজ্ঞান তথা তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।
TAGGED:
Minister Keshab Mahanta'