নগাঁও, ২১ জানুৱাৰী: নগাঁৱত মুকলি মেৰেডিয়ান মটৰ্চৰ ডিলাৰ । বুধবাৰে নগাঁৱৰ খুটিকটিয়াত মেৰেডিয়ান মটৰ্চৰ ডিলাৰ মুকলি । বিলাসী বাহন কিয়া মটৰ্চৰ এই ডিলাৰৰ শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত মন্ত্ৰী পিয়ুষ হাজৰিকাই ।
নগাঁৱত মুকলি মেৰেডিয়ান মটৰ্চৰ ডিলাৰ - কিয়া মটৰ্চৰ শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত মন্ত্ৰী পিয়ুষ হাজৰিকাই
বুধবাৰে নগাঁৱৰ খুটিকটিয়াত মেৰেডিয়ান মটৰ্চৰ ডিলাৰ মুকলি । বিলাসী বাহন কিয়া মটৰ্চৰ শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

নগাঁৱত মুকলি মেৰেডিয়ান মটৰ্চৰ ডিলাৰ
নতুনকৈ উদ্ধোধন কৰা এই বিলাসী বাহন কিয়াৰ বিভিন্ন বাহন উপলব্ধ হ'ব । উল্লেখ্য যে, গুৱাহাটীৰ পিছত নগাঁৱত মুকলি কৰা হয় মেৰেডিয়ান মটৰ্চৰ ডিলাৰৰ ।
লগতে পঢ়ক: নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড