অসম

assam

ETV Bharat / state

পুত্ৰৰ নিৰ্বাচনী সভাত তৰুণ গগৈ

কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে পুত্ৰ গৌৰৱ গগৈৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ সোমবাৰে জুৰীয়াত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচনী সভাত উপস্থিত হৈ পিতা-পুত্ৰই ক্ষুৰধাৰ সমালোচনা কৰিলে শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

তৰুণ গগৈ

By

Published : Apr 2, 2019, 4:47 AM IST

নগাঁও, 1 এপ্ৰিলঃ পুত্ৰৰনিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ ভোট ভিক্ষাত নামি পৰিছে পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে পুত্ৰ গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈসোমবাৰে জুৰীয়াত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ নিৰ্বাচনী সভাত উপস্থিত হৈপিতা পুত্ৰই ক্ষুৰধাৰ সমালোচনা কৰেশাসনাধিষ্ঠবিজেপি চৰকাৰ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যত প্ৰথমে কংগ্ৰেছ দলে এন আৰ চিৰ কাম আৰম্ভ কৰিছিল বুলি মন্তব্য কৰে ৷

পুত্ৰৰ নিৰ্বাচনী সভাত তৰুণ গগৈ

ABOUT THE AUTHOR

...view details