অসম

assam

নগাঁৱত গাড়ীৰ খুন্দাত এটা লতামাকৰী বাঘৰ মৃত্যু

By

Published : Dec 4, 2019, 1:43 PM IST

নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁৱত মৃত্যু এটা লতামাকৰী বাঘৰ ৷ নিশাই বন বিভাগে উদ্ধাৰ কৰে লতা মাকৰী বাঘটোৰ মৃতদেহ ৷

leopard death body recovered
লতামাকৰী বাঘৰ মৃত্যু

নগাঁও,4 নৱেম্বৰঃ নগাঁৱৰ পুৰণিগুদামত উদ্ধাৰ এটা মৃত লতামাকৰী বাঘ ৷ পুৰণিগুদামৰ কাষৰিগাঁৱত গাড়ীৰ খুন্দাত মৃত্যু হয় লতামাকৰী বাঘটোৰ ।ৰাষ্ট্রীয় ঘাইপথত চলা তীব্ৰ বেগী গাড়ীয়ে লতামাকৰী বাঘটো খুন্দিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা । নিশাই নগাঁও বন বিভাগে উদ্ধাৰ কৰে লতামাকৰী বাঘটোৰ মৃতদেহ।

লতামাকৰী বাঘৰ মৃত্যু

ABOUT THE AUTHOR

...view details