চামগুৰি, 24 নৱেম্বৰঃ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাই চামগুৰিৰ মণ্ডল কংগ্ৰেছে ৷ এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত প্ৰৱীণ নেতা গৰাকীৰ আত্মাই চিৰ শান্তি লাভৰ অৰ্থে মৌন প্ৰাৰ্থনাৰ কৰাৰ লগতে ১০১ গছী বন্তি প্ৰজ্জ্বলন কৰে ।
চামগুৰিৰ মণ্ডল কংগ্ৰেছৰ প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি
প্ৰাক্তন তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাই চামগুৰিৰ মণ্ডল কংগ্ৰেছে ৷ লগতে প্ৰৱীণ নেতা গৰাকীৰ আত্মাই চিৰ শান্তি লাভৰ অৰ্থে মৌন প্ৰাৰ্থনাৰ লগতে ১০১ গছী বন্তি প্ৰজ্জ্বলন কৰা হয় ।
![চামগুৰিৰ মণ্ডল কংগ্ৰেছৰ প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি last tribute to tarun gogoi frm samaguri blook congress](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9653192-558-9653192-1606232741490.jpg)
তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি চামগুৰিৰ মণ্ডল কংগ্ৰেছৰ
চামগুৰিৰ মণ্ডল কংগ্ৰেছৰ প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত অঞ্চলটোৰ শতাধিক স্থানীয় ৰাইজে প্ৰয়াত গগৈৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷ তদুপৰি চিৰ তৰুণ নেতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি চামগুৰি দৈনিক বজাৰ সমিতি, চামগুৰি সাৰ্বজনীন দূৰ্গা পূজা আৰু ৰাস সমিতিৰ লগতে চামগুৰি কৰ্মচাৰী পৰিষদে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
লগতে পঢ়কঃপ্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জনাবলৈ বুধবাৰে পুৱাই গুৱাহাটী পাবহি ৰাহুল গান্ধী