অসম

assam

ETV Bharat / state

ন ৰূপত সাজু লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল - নগাঁও বন্যপ্ৰাণী সংমণ্ডল

পৰ্যটকৰ বাবে সাজু কৰা হৈছে লাওখোৱা আৰু বুঢ়াচাপৰি ৷ বন বিভাগে পৰ্যটকৰ বাবে ব্যৱস্থা কৰিছে জীপ চাফাৰী, হাতী চাফাৰী আৰু নৌকা বিহাৰ ৷

লাওখোৱা আৰু বুঢ়ীচাপৰি বনাঞ্চল
লাওখোৱা আৰু বুঢ়ীচাপৰি বনাঞ্চল

By

Published : Jan 2, 2020, 5:02 PM IST

Updated : Jan 4, 2020, 12:36 PM IST

লাওখোৱা, 2 জানুৱাৰীঃমৃতপ্ৰায় অৱস্থাৰ পৰা ক্ৰমাৎ ঘুৰি আহিছে এসময়ৰ বিশ্ব বিখ্যাত লাওখোৱা আৰুবুঢ়াচাপৰি বনাঞ্চল ৷ প্ৰাপ্ত তথ্য মতে, লাওখোৱা আৰু বুঢ়াচাপৰিত এইবাৰ পৰ্যটকক আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ ৷ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ টি.চি ৰঞ্জিতৰ তৎপৰতাত বন বিভাগে আটক ধুনীয়াকৈ সজাই তুলিছে বনাঞ্চল দুখন ৷

পৰ্যটকক আদৰিবলৈ সাজু লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল
Last Updated : Jan 4, 2020, 12:36 PM IST

ABOUT THE AUTHOR

...view details