কামপুৰ, 10 জানুৱাৰী: কামপুৰত অব্যাহত হাতীৰ উপদ্ৰৱ ৷ হাতী খেদিবলৈ নগাঁও, চালনা,কামপুৰকে ধৰি বিভিন্ন স্থানৰ পৰা আহি কামপুৰৰ চাংচকী অঞ্চলত উপস্থিত বনবিভাগৰ লোক ৷ দীৰ্ঘদিন ধৰি বন বিভাগে ভ্ৰাম্যমাণ হাতী খেদা যন্ত্ৰ, জেচিবি আদি ব্যৱহাৰ কৰি, হাতী খেদিবলৈ বহু প্ৰচেষ্টা কৰি আহিছে যদিও বৰ্তমানলৈ সক্ষম হোৱা নাই হাতীৰ জাকটো খেদি পঠিয়াবলৈ ৷
কামপুৰত অব্যাহত হাতীৰ উপদ্ৰৱ ! বিফল বন বিভাগ - কামপুৰ
কামপুৰত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ দীৰ্ঘদিন ধৰি বন বিভাগে বিভিন্ন পন্থা হাতত লৈছে যদিও,বৰ্তমানলৈ সক্ষম হোৱা নাই হাতীৰ জাকটো খেদি পঠিয়াবলৈ ৷
হাতীৰ উপদ্ৰৱ