কলিয়াবৰত লোকসভা নিৰ্বাচনৰ বাবে উৎফুল্লিত যুৱপ্ৰজন্ম
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কলিয়াবৰবাসী উৎফুল্লিত । কাৰণ এইবাৰ নিৰ্বাচনত কলিয়াবৰবাসীয়ে পাইছে দুজনকৈ যুৱ প্ৰতিনিধি । কলিয়াবৰত গৌৰৱ গগৈ আৰু মণিমাধৱ মহন্তই প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই যুৱ-প্ৰজন্মসকল অধিক উৎফুল্লিত, আকৰ্ষিত তথা আগ্ৰহী হোৱা পৰালক্ষিত হৈছে । শনিবাৰে ই.টি.ভি. ভাৰতৰ সাংবাদিকৰ আগত যুৱ-প্ৰজন্মই আগন্তুক নিৰ্বাচনত প্ৰতিনিধি দুজনক লৈ অধিক আশাবাদী হোৱাৰ কথা উল্লেখ কৰিলে ।
কলিয়াবৰত লোকসভা নিৰ্বাচনৰ বাবে উৎল্লুলিত যুৱপ্ৰজন্ম
কি ক’লে নতুন ভোটাৰে চাওক ...