চামগুৰি, ১১ নৱেম্বৰ:জুৰীয়াত চুৰি ট্ৰাক উদ্ধাৰ। মঙলবাৰে হয়বৰগাঁৱৰ প্ৰশান্ত ঘোষ নামৰ লোকজনৰ এ এছ চি 9827 নম্বৰৰ ট্ৰাকখন নিশাই এটা চোৰে চুৰি কৰি আনিছিল জুৰীয়াৰ সুতিৰপাৰলৈ। বুধবাৰে পুৱা গাড়ীৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰি ৰাইজৰ সহযোগত চলন্ত অৱস্থাত জুৰীয়াৰ কলনিজলাহৰ পৰা চালকসহ গাড়ীখন জব্দ কৰে।
জুৰীয়াত চুৰি ট্ৰাক উদ্ধাৰ - জুৰীয়াত চুৰি ট্ৰাক উদ্ধাৰ
জুৰীয়াত চুৰি ট্ৰাক উদ্ধাৰ। মঙলবাৰে হয়বৰগাৱৰ প্ৰশান্ত ঘোষ নামৰ লোকজনৰ এ এছ চি 9827 নম্বৰৰ ট্ৰাকখন।
জুৰীয়াত চুৰি ট্ৰাক উদ্ধাৰ
ধৃত চোৰজনৰ জুৰীয়াৰ সুন্দৰ আলী বুলি জানিব পৰা গৈছে। ৰাইজে চোৰটোক আটক কৰি আৰক্ষীৰ হাতত গটাই দিয়ে।
লগতে পঢ়ক :জু-ৰোডৰ সুহানী টাইলচত জিএমচিৰ তলা