নগাঁও, 6 জুন: ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020ৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল ৰাজ্যৰ 42 গৰাকী কৃতি ছাত্ৰ ছাত্ৰী ৷ সমান্তৰালকৈ নগাঁও জিলাৰ পৰা 4 জন ছাত্ৰ ছাত্ৰীয়ে দখল কৰিছে স্থান ৷ মুঠ 587 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ চেইন্ট এণ্টনী ইংলিছ স্কুলৰ ছাত্ৰী ঝলক ঝলনে ৷ ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ মন ঝলক ঝলনৰ ৷ আমাৰ সাংবাদিকক মনৰ বতৰা জনালে ছাত্ৰী গৰাকীয়ে ৷
ভৱিষ্যতে চিকিৎসক হোৱাৰ মন সপ্তম স্থান দখল কৰা ঝলক ঝলনৰ - 7th rank holder Jhalak Jhalan
সপ্তম স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ চেইন্ট এণ্টনী ইংলিছ স্কুলৰ ছাত্ৰী ঝলক ঝলনে ৷

নগাঁৱৰ পৰা সপ্তম স্থান দখল ঝলক ঝলনৰ
নগাঁৱৰ পৰা সপ্তম স্থান দখল ঝলক ঝলনৰ মনৰ বতৰা
লগতে পঢ়কঃ