কলিয়াবৰ,4মে': বতৰ বিজ্ঞানীসকলে আশংকা কৰাৰ দৰেই অসমৰ প্ৰায়বোৰ স্থানতে কম-বেছি পৰিমানে ফেণীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । শনিবাৰে দুপৰীয়াৰে পৰা কলিয়াবৰতো নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ সমান্তৰালকৈ বতাহ বলাৰ লগতে তাপমাত্ৰাও হ্ৰাস পাইছে ।
ফেণীক লৈ সতৰ্ক কলিয়াবৰ মহকুমা প্ৰশাসনৰ`
কলিয়াবৰত ফেণীৰ প্ৰভাৱত বতাহ-বৰষুণ ৷ ফেণীৰ পৰা হ'ব পৰা সম্ভাব্য বিপদৰ বাবে সাজু আৰু সতৰ্ক কলিয়াবৰ মহকুমা প্ৰশাসন ৷ জনসাধাৰণক শংকিত নহৈ সষ্টম হৈ থাকিবলৈ আহ্বান ৷
ফেনীক লৈ সতৰ্ক কলিয়াবৰ মহকুমা প্ৰশাসনৰ`
কলিয়াবৰ মহকুমা প্ৰশাসনে ফেনীৰ সাম্ভাব্য প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । কলিয়বৰবাসী ৰাইজক শংকিত নহৈ সাৱধানতা ল'বলৈ আহ্বান জনাইছে ।