দলগাঁও,৬ জানুৱাৰীঃদৰং জিলাৰ দলগাঁৱত বন বিভাগৰ আকস্মিক অভিযান ৷ বুধবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়াৰ নিৰ্দেশ মৰ্মে মঙলদৈ আৰু কামৰূপ সংমণ্ডলৰ বন বিভাগৰ এটা বৃহৎ দলে যুটীয়াভাৱে অভিযান চলাই দৰঙৰ দলগাঁৱৰ বটাবাৰী আৰু ৫ নং বৰুৱাঝাৰ গাঁৱত ।
দলগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠ জব্দ - অভিযান চলাই দলটোৱে
বুধবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়াৰ নিৰ্দেশ মৰ্মে মঙলদৈ আৰু কামৰূপ সংমণ্ডলৰ বন বিভাগৰ এটা বৃহৎ দলে যুটীয়াভাৱে অভিযান চলায় দৰঙৰ দলগাঁৱৰ বটাবাৰী আৰু ৫ নং বৰুৱাঝাৰ গাঁৱত ।
দলগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠ জব্দ
দলটোৱে বটাবাৰী আৰু ৫ নং বৰুৱাঝাৰ গাঁৱত অবৈধভাবে চলি থকা দুটাকৈ কাঠফলা মিল সহ তিনি লাখ টকাৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়কঃ COVID-১৯ৰ প্ৰতিষেধকক লৈ ৰাজনীতি কৰা অনুচিত : সীতাৰাম য়েচুৰী