অসম

assam

ETV Bharat / state

চামগুৰিত জব্দ অবৈধ কাঠ - illegal wood

শালনা বনবিভাগ আৰু নগাঁও ৰেঞ্জৰ যুটীয়া অভিযানত ধৰা পৰে লক্ষাধিক মূল্যৰ কাঠখিনি

By

Published : May 2, 2019, 10:31 PM IST

নগাঁও, 2 মেঃনগাঁৱৰ চামগুৰিত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ। সদৰ আৰু শালনা বনবিভাগৰ অভিযানত বৃহস্পতিবাৰে জব্দ কৰে চোৰাং কাঠখিনি ৷ চোৰাং কাঠৰ লগতে এটা কাঠফলা মিলো জব্দ কৰিবলৈ সক্ষম হয় বনবিভাগে ৷

চামগুৰিত জব্দ অবৈধ কাঠ

দীৰ্ঘদিন ধৰি আমবাগান কাঠপাৰাৰ আলাউদ্দিন নামৰ লোকজনে চলাই আহিছিল চোৰাং কাঠৰ বেহা ৷ আলাউদ্দিনৰ বাসভৱনৰ পৰা বনবিভাগে জব্দ কৰে লক্ষাধিক টকাৰ কাঠখিনি ৷ আনহাতে বনবিভাগৰ অভিযানৰ সময়ত পলায়ন কৰে অভিযুক্ত আলাউদ্দিনে ৷

ABOUT THE AUTHOR

...view details