নগাঁও, 25 জুনঃ বৃহস্পতিবাৰে ঘোষণা হোৱা অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে নাইমা ফিৰদৌছ বৰভূঞাই ৷ ছাত্ৰীগৰাকীয়ে বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰি পৰিয়ালৰ লগতে শিক্ষানুষ্ঠানখনৰো নাম উজ্জ্বল কৰে ৷ মুঠ ৪৮২ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় নাইমাই ৷ ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে নাইমাই ৷
বিজ্ঞান শাখাত দ্বিতীয় স্থান দখলেৰে নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে নাইমা ফিৰদৌছ বৰভূঞাই - নাইমা ফিৰদৌছ বৰভূঞা
মুঠ ৪৮২ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় নাইমাই
![বিজ্ঞান শাখাত দ্বিতীয় স্থান দখলেৰে নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে নাইমা ফিৰদৌছ বৰভূঞাই Naima firdausha barbhuyan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7762404-611-7762404-1593068889843.jpg)
নাইমা ফিৰদৌছ বৰভূঞা