অসম

assam

ETV Bharat / state

নগাঁৱৰ বেবেজীয়াত উদ্ধাৰ যুৱকৰ মৃতদেহ - নগাঁৱৰ বেবেজীয়াত উদ্ধাৰ যুৱকৰ মৃতদেহ

মৃতদেহৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

বেবেজীয়াত উদ্ধাৰ যুৱকৰ মৃতদেহ
বেবেজীয়াত উদ্ধাৰ যুৱকৰ মৃতদেহ

By

Published : Mar 13, 2020, 4:07 PM IST

নগাঁও, 13 মাৰ্চ : শুকুৰবাৰে পুৱা নগাঁৱৰ বেবেজীয়াত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ। বেবেজিয়াৰ ৰে'লআলিত উদ্ধাৰ হয় ডিমৌৰ মাহৰাসত্ৰৰ হিমাংশু গোস্বামী(২২) নামৰ যুৱকজনৰ মৃতদেহ। মৃতদেহৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ ফলত যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । আনহাতে, যুৱকজনৰ পৰিয়ালৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড।

বেবেজীয়াত উদ্ধাৰ যুৱকৰ মৃতদেহ

For All Latest Updates

ABOUT THE AUTHOR

...view details