অসম

assam

ETV Bharat / state

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত হোৱাত উৎফুলিত হিমা দাসৰ পৰিয়াল

অসম চৰকাৰে ধিং এক্সপ্রেছ হিমা দাসক ''ৰাজীৱ গান্ধী খেল ৰত্ন '' বঁটাৰ বাবে মনোনীত কৰাত উৎফুল্লিত ধিং বাসীৰ লগতে হিমাৰ পৰিয়াল ।

By

Published : Jun 16, 2020, 10:59 PM IST

hima das' family feeling happy
hima das' family feeling happy

নগাওঁ, 16 জুন : অসম চৰকাৰে ধিং এক্সপ্রেছ হিমা দাসক ''ৰাজীৱ গান্ধী খেল ৰত্ন ''বঁটাৰ বাবে মনোনীত কৰাত উৎফুল্লিত হৈ পৰিছে ধিং বাসীৰ লগতে হিমাৰ পৰিয়াল । ভাৰত বৰ্ষত ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান খেল ৰত্নৰ বাবে হিমা দাসৰ নাম ৰাজ্য চৰকাৰে প্ৰস্তাৱ কৰাত গৌৰৱান্বিত হিমাৰ পৰিয়াল । উল্লেখ্য যে, হিমা দাসে আগন্তুক ২০২১ৰ অলিম্পিকৰ বাবে বৰ্তমান পাঞ্জাবৰ পাটিয়ালাত প্ৰশিক্ষণত ব্যস্ত হৈ আছে ।

উৎফুলিত হিমা দাসৰ পৰিয়াল
লগতে পঢ়ক :জয়ন্ত বৰাৰ হত্যাকাণ্ডঃ বৰহোলাত তিনিমন্ত্ৰী উপস্থিত

ABOUT THE AUTHOR

...view details